Hot Posts

6/recent/ticker-posts

Ko Lyrics Achurjya Borpatra

Ko Lyrics - Achurjya Borpatra

Ko Lyrics By Achurjya Borpatra On Achurjya Borpatra Official Tamil 2022. Best Love Song Ko Lyrics in Hindi & English Originally Released on YouTube. Ko Song Sung By Popular Singer Achurjya Borpatra, Music Composed By Bijoy Sankar, and Lyrics Of This Song Are Written By Sunit Gogoi. Ko Full Song Lyrics Achurjya Borpatra. 

Ko
Song : Ko
Singer : Achurjya Borpatra
Music : Bijoy Sankar
Song Writer:Sunit Gogoi

Ko Lyrics Achurjya Borpatra


ঐ, ভাল পালে নহ’ব ন!

ঐ, মৰম দিব লাগিবই ন!

মই কিন্তু অজলা, তোৰে প্ৰেমত পগলা

একোকে নাজানো, ক

এ মইনা, এনেকৈ নহ’ব ন!

বাৰু কেনেকৈ লাগিব ক!

এ, মৰমৰে টোপোলা খুলি দিওঁ এতিয়া

যেনেকৈ লাগে তোক ল

এ বোলে চকু লাল

ঐ, এ বোলে বুকু খাল

ঐ, এ বোলে লক্ষণো ভাল

ঐ, এ বোলে দেখাতো ভাল

এ খুলি ক কথাটি সঁচাকে’, মইনাটি

মোৰে তই হ’বি ন!

হয়নে ক! এ কথাটি ক!

হয়নে ক! এ হ’বিনে ক!

হয়নে ক! এ সঁচাকে’ কচোন তই, ক

উঠামে তোকে মই ৰাতা-ৰাতি

বাৰটাত কাটা-কাটি

ওলাব পাৰিবিনে তই?

জান, ঐ

কেতিয়াবা বেজাৰত মোৰ টোপনি নাহিলে

জান, তোৰ কাষলৈ মই গুচি যাম

তোৰে কোলাতে গৈ টোপনি যাম

জান, পাওঁ যদি তোক সপোনত

মই কথা হ’ম দেই নিজানত!

গৈ চুমা দিম তোক দুগালত

মই দুবাহুতে ওমলাই চাম

ঐ, এ বোলে চকু লাল

ঐ, এ বোলে বুকু খাল

ঐ, এ বোলে লক্ষণো ভাল

ঐ, এ বোলে দেখাতো ভাল

ঐ, খুলি ক কথাটি সঁচাকে’, মইনাটি

মোৰে তই হ’বি ন!

হয়নে ক! এ কথাটি ক!

হয়নে ক! এ হ’বিনে ক!

হয়নে ক! এ সঁচাকে’ কচোন তই, ক

অৰ্জুন গছৰ

অৰ্জুন গছৰ কুঁহিপাত

বিনা মেঘে বজ্ৰপাত

অ’, বিনা মেঘে বজ্ৰপাত

এ, চকুলৈ চাই লাহেকৈ তই বাৰুকৈ দিলি এচাট

কলিজাৰে

কলিজাৰে কেঁচা ঘাট

তোৰে কোমল মিঠা মাত

তোৰে কোমল মিঠা মাত

বুলাবলে’ আহিবানে তোৰেনো দুহাত?

ঐ, এ বোলে চকু লাল

ঐ, এ বোলে বুকু খাল

ঐ, এ বোলে লক্ষণো ভাল

ঐ, এ বোলে দেখাতো ভাল

ঐ, খুলি ক কথাটি সঁচাকে’, মইনাটি

মোৰে তই হ’বি ন!

হয়নে ক! এ কথাটি ক!

হয়নে ক! এ হ’বিনে ক!

হয়নে ক! এ সঁচাকে’ কচোন তই, ক

হয়নে ক! এ কথাটি ক!

হয়নে ক! এ হ’বিনে ক!

হয়নে ক! এ সঁচাকে’ কচোন তই, ক। 




Ko Watch Video


Song Credits :

  • Song : Ko
  • Vocal/Singer : Achurjya Borpatra
  • Music Comsposer :Bijoy Sankar
  • Lyricist :Sunit Gogoi

إرسال تعليق

0 تعليقات